Class 11 Assamese Question Answer PDF Notes 2026-27

Class 11 Assamese Question Answer PDF Notes 2026-27

No reviews at this store yet

₹59.00 ₹199.00 −70%about $0.63

In stockLook twice · the crossed-out price was not its price

Delivery priced at checkout · no returnsDetails

0cean adds $0. You pay Amaraxom on its own site.

AmaraxomIndependent store · store.amaraxom.comStore page

Price and stock as Amaraxom showed them Nov 25, 11:22 AM UTC.

In the store under Class 11 PDF Notes

Ask about this product

Find it in other storesCheaper than ₹59.00In stock only

About this product

আপুনি যদি উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ (Class 11) অসমীয়া মাধ্যমৰ ছাত্ৰ বা ছাত্রী হয়, তেন্তে Class 11 Assamese Question Answer PDF Notes (ASL) বিষয়ৰ এই প্ৰশ্নোত্তৰ (স্হায়িকাখন) আপোনাৰ বাবে। ইয়াত পাঠভিত্তিক প্ৰশ্নোত্তৰৰ লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱ্য অতিৰিক্ত প্ৰশ্নৰো সুস্পষ্ট আৰু সহজ সমাধান সংযোজন কৰা হৈছে। আমাৰ স্হায়িকাখনত 90%+ Common প্রশ্নোত্তৰৰ নিচ্ছয়তা আছে।

Class 11 Assamese Question Answer PDF Notes 2026-27

(অসমীয়া)

(Medium: Assamese:)

As per the New Syllabus of AHSEC 2026-27

Our Each PDF Guide Includes:

  • প্ৰতিটো পাঠৰ পাঠভিক্তিক (Textual) প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ অতিৰিক্ত (Additional) প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ দীঘলীয়া প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ চমু প্ৰশ্নোত্তৰ
  • প্ৰতিটো পাঠৰ অতি চমু প্ৰশ্নোত্তৰ
  • প্ৰতিটো প্ৰশ্নোত্তৰ অসমীয়া সহজ আৰু সৰল ভাষাত উপলব্ধ
  • প্ৰতিটো প্ৰশ্নোত্তৰ ৰঙীন আৰু HD Quality PDF ত উপলব্ধ

গোট-১ গদ্যাংশ

গোট- ২ চুটি গল্প

গোট- ৩ কবিতাংশ

গোট- ৪ নাটক

গোট- ৫ ব্যাকৰণাংশ

আমাৰ সহায়িকা তথা প্রশ্ন সমাধানৰ প্রধান বৈশিষ্ট্য সমূহ:

  • আমাৰ গ্ৰন্থসমূহ অভিজ্ঞ আৰু বিশেষভাৱে প্ৰশিক্ষিত লেখকসমূহৰ সমবেত প্ৰচেষ্টাৰে ৰচিত।
  • বিষয়বস্তুৰ সুচিন্তিত পৰিকল্পনা আৰু আকর্ষণীয় উপস্থাপনৰ ক্ষেত্ৰত আমাৰ কিতাপসমূহ সম্পূৰ্ণৰূপে অনন্য।
  • ব্যৱহৃত ভাষা আৰু শৈলী অত্যন্ত সহজ, স্পষ্ট আৰু স্মৰণযোগ্য।
  • বিষয়বস্তুৰ বিন্যাস সুসংগঠিত, প্ৰণালীবদ্ধ আৰু পাঠকৰ বাবে সৰল।
  • পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা সকলো পাঠ্যাংশ আৰু সম্ভাৱ্য প্ৰশ্নৰ সম্পূৰ্ণ সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।
Show allShow less
  • প্ৰশ্ন–উত্তৰসমূহ যথাযথ, সংক্ষিপ্ত আৰু নিৰ্ভুল।
  • আমাৰ কিতাপসমূহ বাহুল্যতামুক্ত আৰু লক্ষ্যনিষ্ঠ।
  • সমাধানসমূহত ১০০ শতাংশ সম্ভাৱ্য কমন প্ৰশ্ন–উত্তৰৰ সংযোজন আছে।
  • সকলো বিষয়বস্তু দক্ষ সমালোচক আৰু বিষয়বিশেষজ্ঞসকলৰ দ্বাৰা পৰ্যালোচিত।
  • আগৰ বৰ্ষসমূহৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ সমাধানো কিতাপত সন্নিবিষ্ট কৰা হৈছে।
  • পাঠকসকলৰ যিকোনো পৰামৰ্শ, সমালোচনা, মতামত আৰু ৰাজহুৱা পৰ্যালোচনাক আমি সদায়ে সন্মান আৰু গুৰুত্ব দিওঁ।
  • ছাত্ৰ–ছাত্ৰীসকলে যদি এই সমাধানসমূহ নিয়মিতভাৱে অনুশীলন কৰে, তেন্তে পৰীক্ষাত সোধা যিকোনো প্ৰশ্ন আত্মবিশ্বাসেৰে সমাধান কৰিব পাৰিব—এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত।

In Amaraxom's own words. See it at Amaraxom

Delivery and returns

Delivery

Amaraxom shows the delivery cost and time at its checkout, before you pay. store.amaraxom.com

Returns

No returns, the store says

No Refund Policy We do not offer refunds, exchanges, or cancellations once payment is successfully made.

The store's returns policy

Payment

You pay Amaraxom directly

On the store's own checkout, with the ways to pay it offers. 0cean adds $0 to the price and never holds your money.

Similar from other independent stores

In the open order every answer uses: what is in stock and priced in your currency first. No store pays for a place.

More from Amaraxom

Everything Amaraxom sells